Bjpstm Nagaon

Bjpstm Nagaon Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Bjpstm Nagaon, Social Media Agency, Nagaon.

ভাৰতীয় জনতা পাৰ্টি অনুসূচীত জনজাতি মৰ্চা,নগাওঁ জিলাৰ উদ্যোগত ভাৰত চৰকাৰৰ অষ্টম বৰ্ষপূৰ্তি উপলক্ষে 'অভিনন্দন কৰ্যসূচী' সভ...
10/06/2022

ভাৰতীয় জনতা পাৰ্টি অনুসূচীত জনজাতি মৰ্চা,নগাওঁ জিলাৰ উদ্যোগত ভাৰত চৰকাৰৰ অষ্টম বৰ্ষপূৰ্তি উপলক্ষে 'অভিনন্দন কৰ্যসূচী' সভাখন খাগৰিজান মণ্ডল কাৰ্য্যালয়ত অনুস্থিত কৰা হয়। ভাৰতৰ প্ৰধান মন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ১৫ নবেম্বৰ তাৰিখটো সমগ্ৰ ভাৰত বৰ্ষতে ভগৱান বিৰচা মুণ্ডা জন্ম দিনটো 'জনজাতিয় গৌৰৱ দিৱস' ঘোষনা কৰে। সেয়েহে অনুসূচীত জনজাতি মৰ্চা, নগাওঁ জিলাই উক্ত সভাৰ জৰিয়তে মাননীয় প্ৰধান মন্ত্ৰী তথা কেন্দ্ৰীয় চৰকাৰক অভিনন্দন জনাওঁ। 'ভাৰত মাতা কি জয়'।

আজি ইং ৫/৬/২০২২ তাৰিখে  ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী দাঙৰীয়াৰ অষ্টম ৰ্বষপুতি উপলক্ষে অন্যান পিছপৰা শ্ৰেণী মৰ্চা উদ...
05/06/2022

আজি ইং ৫/৬/২০২২ তাৰিখে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী দাঙৰীয়াৰ অষ্টম ৰ্বষপুতি উপলক্ষে অন্যান পিছপৰা শ্ৰেণী মৰ্চা উদ্যােগত অনুস্থিত কৰা স্বচ্ছ ভাৰত আৰু বৃক্ষৰোপন অভিযানত উপস্থিত থাকো।

ভাৰতীয় জনতা পাৰ্টি অনুসূচীত জনজাতি মৰ্চাৰ নগাওঁ জিলাৰ কাৰ্য্যনিৰ্বাহক সভাৰ প্ৰথম কাৰ্য্যসূচী।
27/03/2022

ভাৰতীয় জনতা পাৰ্টি অনুসূচীত জনজাতি মৰ্চাৰ নগাওঁ জিলাৰ কাৰ্য্যনিৰ্বাহক সভাৰ প্ৰথম কাৰ্য্যসূচী।

ভাৰতীয় জনতা পাৰ্টি অনুসূচীত জনজাতি মৰ্চা নগাওঁ জিলাৰ কাৰ্য্যনিৰ্বাহক সভাৰ প্ৰস্তুতি প্ৰায় সম্পূণ হোৱাৰ পথত, আমচৈ বুড়া ৰজ...
26/03/2022

ভাৰতীয় জনতা পাৰ্টি অনুসূচীত জনজাতি মৰ্চা নগাওঁ জিলাৰ কাৰ্য্যনিৰ্বাহক সভাৰ প্ৰস্তুতি প্ৰায় সম্পূণ হোৱাৰ পথত, আমচৈ বুড়া ৰজাগাওঁ, (ৰহা)।

ৰহা পৌৰসভা অন্তৰ্গত ৪ নং আৰু ২ নং মহলৰ নিৰ্বাচনি সভাৰ কিছু দৃশ্য। ভাৰত মাতা কি জয় ।
24/02/2022

ৰহা পৌৰসভা অন্তৰ্গত ৪ নং আৰু ২ নং মহলৰ নিৰ্বাচনি সভাৰ কিছু দৃশ্য। ভাৰত মাতা কি জয় ।

ৰহা নগৰৰ বিশিষ্ট সমাজ সেৱক শ্ৰীসঞ্জীৱ হাজৰিকা দেৱৰ মাতৃ বিওগত তেখেতৰ শোক সন্তৰ্প পৰিয়ালক সমবেদনা জনালো। ভাৰতীয় জনতা পাৰ্...
21/02/2022

ৰহা নগৰৰ বিশিষ্ট সমাজ সেৱক শ্ৰীসঞ্জীৱ হাজৰিকা দেৱৰ মাতৃ বিওগত তেখেতৰ শোক সন্তৰ্প পৰিয়ালক সমবেদনা জনালো। ভাৰতীয় জনতা পাৰ্টি নগাওঁ জিলা আৰু মণ্ডলৰ সকলো বিষয় ববিয়া উপস্থিত থাকি তেখেতৰ পৰিয়ালৰ লগত দুখৰ সমভাগি হওঁ।

ভাৰতীয় জনতা পাৰ্টি নগাওঁ জিলাৰ অনুসূচীত জনজাতি মৰ্চাৰ নৱনিযুক্ত সমূহ বিষয় ববিয়া আৰু    মণ্ডল সভাপতি তথা মণ্ডল প্ৰভাৰি সক...
01/02/2022

ভাৰতীয় জনতা পাৰ্টি নগাওঁ জিলাৰ অনুসূচীত জনজাতি মৰ্চাৰ নৱনিযুক্ত সমূহ বিষয় ববিয়া আৰু মণ্ডল সভাপতি তথা মণ্ডল প্ৰভাৰি সকলক আন্তুৰীক শুভেচ্ছা আৰু অভিনন্দন জনালো।

31/01/2022
ভাৰতীয় জনতা পাৰ্টি অনুসূচীত জনজাতি মৰ্চাৰ নগাওঁ জিলা নৱনিযুক্ত সমূহ বিষয় ববিয়া আৰু মণ্ডল সভাপতি সকলক আন্তৰীক অভীনন্দন আৰ...
31/01/2022

ভাৰতীয় জনতা পাৰ্টি অনুসূচীত জনজাতি মৰ্চাৰ নগাওঁ জিলা নৱনিযুক্ত সমূহ বিষয় ববিয়া আৰু মণ্ডল সভাপতি সকলক আন্তৰীক অভীনন্দন আৰু শুভেচ্ছা জনালো।

*সহযোগ নিধি অভিযান*---আজি ফুলগুৰি চিত্রাংকন বিদ্যালয় প্রাংগনত *ৰহা গ্রাম্য মণ্ডল* ৰ অন্তৰ্গত সমূহ গাওঁ পঞ্চায়ত এলেকাৰ  ব...
06/01/2022

*সহযোগ নিধি অভিযান*---আজি ফুলগুৰি চিত্রাংকন বিদ্যালয় প্রাংগনত *ৰহা গ্রাম্য মণ্ডল* ৰ অন্তৰ্গত সমূহ গাওঁ পঞ্চায়ত এলেকাৰ বুথ সমুহত *সহযোগ নিধি অভিযান* সুন্দৰ ভাবে ৰূপায়ন কৰাৰ দৃঢ় মানসেৰে এখন গুৰুত্বপূৰ্ন সভা অনুস্থিত হয় ! আৰু এই সভাতেই *সহযোগ নিধি অভিযান* ৰ শুভাৰম্ভ কৰা হয় ! ৰহা গ্রাম্য মণ্ডলৰ সন্মানীয় সভাপতি শ্ৰী যুত *ভূপেন শইকীয়া* ডাঙৰীয়াৰ সভাপতিত্বত অনুস্থিত সভাখনত উপস্থিত থাকে নগাওঁ জিলা বিজেপিৰ মাননীয় উপসভাপতি শ্ৰী যুত *সূৱৰ্ণ সিং* ডাঙৰীয়া, ৰহা গ্রাম্য মণ্ডলৰ প্রভাৰী শ্ৰী যুত *টুলটুল বৰা* ডাঙৰীয়া, বিজেপিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক শ্ৰী যুত *সঞ্জীৱ বৰা* ডাঙৰীয়া, ST মৰ্চাৰ জিলা সভাপতি শ্ৰী যুত *সঞ্জীৱ দেউৰী* ডাঙৰীয়া, SC মৰ্চাৰ জিলা সভাপতি শ্ৰী যুত *মৃদুল দাস* ডাঙৰীয়া, নগাওঁ জিলা কিষান মৰ্চাৰ সাঃ সম্পাদক শ্ৰী যুত *লক্ষ্যধৰ মেধি* ডাঙৰীয়া, ফুলগুৰি গাওঁ পঞ্চায়তৰ মাননীয়া সভানেত্রী শ্ৰী যুতা *ববিতা মেধি শৰ্মা* , ঘাঁহী গাওঁ পঞ্চায়তৰ মাননীয়া সভানেত্রী শ্ৰী যুতা *কবিতা বৰা*, দক্ষিন জাগিয়াল পঞ্চায়তৰ মাননীয় সভাপতি শ্ৰী যুত *মিন্টু কুমাৰ নাথ* , ৰহা গ্রাম্য মণ্ডলৰ সাঃ সম্পাদকদ্বয় শ্ৰী যুত *টিকেন কাকতি*, শ্ৰী যুত *মোহন দাস*, ৰহা গ্রাম্য মণ্ডলৰ OBC মৰ্চাৰ সভাপতি শ্ৰী যুত *মনোজ কুমাৰ বৰা*, ৰঃগ্রাঃমঃ ৰ SC মৰ্চাৰ সভাপতি শ্ৰী যুত *লোকনাথ দাস*, ৰঃগ্রাঃমঃ ৰ যুৱ মৰ্চাৰ সভাপতি শ্ৰী যুত *প্রনৱ বৰকাকতি*, ৰঃগ্রাঃমঃ ৰ কিষান মৰ্চাৰ সভাপতি শ্ৰী *জিতু ডেকাকে* প্রমুখ্য কৰি শক্তি কেন্দ্র সমুহৰ সন্মানীয় প্রমুখসকল, বুথ সমুহৰ সন্মানীয় সভাপতি সম্পাদক সকল, বিভিন্ন মৰ্চাত নিয়োজিত কাৰ্য্যকৰ্তা সকল ,ৰঃগ্রাঃমঃ ৰ সংখ্যালঘু মৰ্চাৰ সাঃ সম্পাদক মহঃ *আনোৱাৰ আহমেদ*, ন খন গাওঁ পঞ্চায়তৰ সন্মানীয় ৱাৰ্ড সদস্য সকল আৰু বিজেপিৰ ৰহা গ্রাম্য মণ্ডলৰ উপসভাপতি ও সম্পাদক সমন্বিতে সদস্য সকল উপস্থিত থাকি সভাখন সাফল্যমণ্ডিত কৰে ! উল্লেখ্য যে শ্ৰী যুত *সঞ্জীৱ দেউৰী* ডাঙৰীয়াই সহযোগ নিধিৰ কোষলৈ প্রদান কৰা এহেজাৰ টকাৰে এই অভিযানৰ শুভাৰম্ভ কৰা হয় !

31/12/2021

ভাৰতীয় জনতা পাৰ্টি অনুসূচীত জনজাতি মৰ্চা, নগাওঁ জিলাৰ তৰফৰ পৰা সকলো অসম বাসি ৰাইজলৈ ইংৰাজি নৱবৰ্ষলৈ আন্তৰীক শুভেচ্ছা জনালো ।

Address

Nagaon
782001

Website

Alerts

Be the first to know and let us send you an email when Bjpstm Nagaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share