AbhijitBora

AbhijitBora Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from AbhijitBora, Social Media Agency, Nagaon.

29/03/2023

মই প্ৰথমবাৰ VLOG বনালো চাবচোন কেনেকোৱা হৈছে
https://youtu.be/pR7m6McFZi4

28/03/2023

নগাঁও জিলা দিৱস উপলক্ষে সাংস্কৃতিক সন্ধিয়াৰ মঞ্চত এপাক বিহু নাচিলে নগাঁও জিলা উপায়ুক্তই...।।

27/03/2023

শিৱসাগৰৰ চুমী গগৈ চুতীয়াৰ ঢ়োল বাদন

27/03/2023

এগৰাকী যুৱতী বেবী ৰাভা কণ্ঠই মুহিব আপোনাক

সুপ্ৰভাত🙏🙏
27/03/2023

সুপ্ৰভাত🙏🙏

26/03/2023

📌 অসম কন্যাই পুনৰ ৰচিলে ইতিহাস। বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয়েৰে নতুন ইতিহাস লাভলীনা বৰগোহাঁইৰ।
📌অসম কন্যা লাভলীনাৰ হাতত ধৰাশায়ী অষ্ট্ৰেলিয়াৰ কেইটলীন এনি পাৰ্কাৰ।
#

📌 অসম কন্যাই পুনৰ ৰচিলে ইতিহাস। বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয়েৰে নতুন ইতিহাস লাভলীনা বৰগোহাঁইৰ।📌অসম কন্যা ...
26/03/2023

📌 অসম কন্যাই পুনৰ ৰচিলে ইতিহাস। বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয়েৰে নতুন ইতিহাস লাভলীনা বৰগোহাঁইৰ।
📌অসম কন্যা লাভলীনাৰ হাতত ধৰাশায়ী অষ্ট্ৰেলিয়াৰ কেইটলীন এনি পাৰ্কাৰ।
#

26/03/2023

১৯০বছৰত ভৰি দিলে নগাঁও জিলাই।"নগাঁও দিৱস উপলক্ষে নগাঁও জিলা প্ৰশাসনে উলিওৱা" Nagaon Theme Song.

নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত কাইলৈ অৰ্থাৎ ২৭ মাৰ্চ ২০২৩ তাৰিখে নগাঁও জিলাৰ "জিলা দিৱস" পালনৰ উদ্দেশ্যে প্ৰস্তত কৰা থিম গীতটি সমূহ ৰাইজৰ মাজলৈ আগবঢ়োৱা হ'ল-

👉🏻পৰিকল্পনাঃ শ্ৰী নৰেন্দ্ৰ কুমাৰ শ্বাহ, ভাঃপ্ৰঃসেঃ, উপায়ুক্ত, নগাঁও
👉🏻গীতৰ কথাঃ প্ৰাঞ্জল মহন্ত
👉🏻সুৰঃ কানু কন্দলী
👉🏻সংগীতঃ প্ৰাঞ্জল বৰা
👉🏻কন্ঠঃ কানু কন্দলী, ৰিমঝিম ৰীমা, মৃন্ময় শান্দিল্য, দৰ্শিকা শান্দিল্য, জ্যোতিপ্রসাদ বৰা
👉🏻শব্দ গ্ৰহণঃ সংগীত অডিঅ' লেব, নগাঁও
👉🏻দৃশ্য সম্পাদনাঃ ৰঞ্জন বৈৰাগী, নগাঁও ইলেকট্রনিক মিডিয়া



🔍Find us at Twitter

CMO Assam
Himanta Biswa Sarma
Parimal Suklabaidya
Directorate of Information and Public Relations, Assam
Nagaon Police
Janasanyog Nagaon জনসংযোগ নগাঁও

25/03/2023

বৰ ভাল লাগিল

Address

Nagaon
782140

Alerts

Be the first to know and let us send you an email when AbhijitBora posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to AbhijitBora:

Share