18/05/2026
ৰূপালী জয়ন্তীৰ ৰণশিঙা বাজিছে, আমাৰ অঞ্চলৰ আকাশ আজি হাঁহিৰে উপচিছে। জি.বি.এল হাইস্কুল, তুমি জ্ঞানৰ বন্তি, পঁচিশটা বছৰে দিলা ত্যাগ আৰু শান্তি। ঐকান্তিৰ সুৰেৰে গাওঁ আজি গান— আমাৰ মৰমৰ বিদ্যালয়, তুমি আমাৰ প্ৰাণ।।
যোৱা ১৭-০৫-২০২৬ ইংৰাজী তাৰিখে ৰূপালী জয়ন্তীৰ ৰছিদ বহী আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ।।
জিবিএল উঃ মাঃ বিদ্যালয়ৰ ৰূপালী জয়ন্তী উদযাপন সমিতি, ঘোগা।