ʼʼসেৱা-বাহিনীʼʼ লক্ষীমপুৰ জিলা শাখা

  • Home
  • India
  • North Lakhimpur
  • ʼʼসেৱা-বাহিনীʼʼ লক্ষীমপুৰ জিলা শাখা

ʼʼসেৱা-বাহিনীʼʼ লক্ষীমপুৰ জিলা শাখা কৃষ্ণ, জয় গুৰু শঙ্কৰ !!
গ্ৰুপলৈ সেৱাৰে আদৰিছোঁ.......

'সেৱাবাহিনী' লক্ষীমপুৰ জিলা শাখা!

25/07/2026
25/07/2026

"জয় গুৰু শঙ্কৰ"

শিৱসাগৰ, চৰাইদেউ, নাজিৰা, যোৰহাটত হৈ থকা বান বিভীষিকাত নিজৰ সৰ্বস্ব হেৰুৱাই দিশহাৰা হোৱা ভোকাতুৰ, ক্ষুধাতুৰ লোক সকললৈ বুলি লক্ষীমপুৰ জিলা শাখাৰ তৰফৰ পৰা সামান্যতম সহায়ৰ হাত।
আমাৰ এই ক্ষুদ্ৰ প্ৰয়াসৰ আপুনিও সহযোগী হ'ব পাৰে। আপোনাৰ সামৰ্থ্যৰে সেৱা আগবঢ়াব পাৰিব।

#চাউল, দালি, পানীৰ বটল, নিমখ, মিঠাতেল ইত্যাদি খাদ্য সামগ্ৰীৰ লগতে অৰ্থ প্ৰদান কৰি এই মহৎ কাৰ্য্যত অৰিহণা যোগাব পাৰে।

বি:দ্র:- আপোনাৰ সহায় লিপিবদ্ধ কৰা হ'ব।
খাদ্য সামগ্ৰী সমূহ
লক্ষীমপুৰস্থীত (লক্ষীমপুৰ বাণিজ্য মাবিদ্যালয়) ৰ সমীপত থকা লক্ষীমপুৰ জিলা নামঘৰত ২৫/০৭/২০২৬ তাৰিখৰ ভিতৰত জমা কৰিব পাৰে।
QR যোগে অৰ্থ প্ৰদান কৰিলে আপোনাৰ payment Receipt 🧾 আমালৈ প্ৰেৰণ কৰিব।

যোগাযোগৰ নম্বৰ:- ৬০০৩০৮৩৪১১

কৃষ্ণজয় গুৰু শঙ্কৰ ।।শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৯৬ সংখ্যক বাৰ্ষিক অধিৱেশন আগন্তুক ৫, ৬ আৰু ৭ ফেব্ৰুৱাৰী ২০২৭ বৰ্ষত লক্ষীমপ...
01/07/2026

কৃষ্ণ
জয় গুৰু শঙ্কৰ ।।
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৯৬ সংখ্যক বাৰ্ষিক অধিৱেশন আগন্তুক ৫, ৬ আৰু ৭ ফেব্ৰুৱাৰী ২০২৭ বৰ্ষত লক্ষীমপুৰ জিলা শাখাত অনুষ্ঠিত হ'ব। আমি সমূহ ভক্তপ্ৰাণ ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্থিতি কামনা কৰি সাদৰে নিমন্ত্ৰণ জনাই সেৱা ধৰিলোঁ ।।
🙏🙏🙏🙏
#শ্ৰীমন্তশঙ্কৰদেৱসঙ্ঘ #শঙ্কৰদেৱসঙ্ঘ #বাৰ্ষিকঅধিৱেশন #লক্ষীমপুৰ #অসমীয়াসংস্কৃতি #একশৰণধৰ্ম #জয়গুৰুশঙ্কৰ #কৃষ্ণ ুৰু_শঙ্কৰ

জয় গুৰু শঙ্কৰ"শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ আগন্তুক ৯৬ সংখ্যক বার্ষিক অধিৱেশনখনি লক্ষীমপুৰ জিলা শাখাৰ আতিথ্যত আৰু ব্যৱস্থাপনাত ...
27/06/2026

জয় গুৰু শঙ্কৰ"
শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ আগন্তুক ৯৬ সংখ্যক বার্ষিক অধিৱেশনখনি লক্ষীমপুৰ জিলা শাখাৰ আতিথ্যত আৰু ব্যৱস্থাপনাত সুকলমে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে আজি আদৰণী সমিতিৰ সাধাৰণ পৰিষদৰ এক গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন হয়।
#শ্ৰীমন্ত_শঙ্কৰদেৱ_সংঘ #৯৬সংখ্যক_বার্ষিক_অধিৱেশন #লক্ষীমপুৰ #জয়_গুৰু_শঙ্কৰ #অসম

সেৱাৰ পণেৰে 'শত-সহস্ৰ' ভকত বৈষ্ণৱে শিৰ পাতি লক্ষীমপুৰলৈ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পৱিত্ৰ পতাকা ক আদৰণী জনোৱা সেই চিৰস্মৰণী...
21/05/2026

সেৱাৰ পণেৰে 'শত-সহস্ৰ' ভকত বৈষ্ণৱে শিৰ পাতি লক্ষীমপুৰলৈ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পৱিত্ৰ পতাকা ক আদৰণী জনোৱা সেই চিৰস্মৰণীয় মুহূৰ্ত আমাৰ বাবে চিৰসেউজ!
কৃষ্ণ, জয় গুৰু শঙ্কৰ!🙏

কৃষ্ণ জয় গুৰু শঙ্কৰ  ৯৬ সংখ্যক বাৰ্ষিক অধিৱেশনখনি সাফল্যমণ্ডিত কৰি তোলাৰ লক্ষ্যৰে আজি সেৱাবাহিনীৰ উপ-সমিতি গঠন কৰা হয়। ...
18/05/2026

কৃষ্ণ জয় গুৰু শঙ্কৰ
৯৬ সংখ্যক বাৰ্ষিক অধিৱেশনখনি সাফল্যমণ্ডিত কৰি তোলাৰ লক্ষ্যৰে আজি সেৱাবাহিনীৰ উপ-সমিতি গঠন কৰা হয়। লগতে অধিৱেশনৰ বিভিন্ন সাংগঠনিক দিশৰ ওপৰত এক গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। আপোনালোক সকলোৰে সহায়-সহযোগিতা আৰু সক্ৰিয় অংশগ্ৰহণ কামনা কৰিলোঁ।

আমি নহয় শক্তিহীন, আমাৰ শকতি অসীম✊(৯৫ সংখ্যক তেজপুৰ অধিৱেশনত কাৰ্যনিৰ্বাহ সমিতিৰ একাংশ!)
15/05/2026

আমি নহয় শক্তিহীন, আমাৰ শকতি অসীম✊
(৯৫ সংখ্যক তেজপুৰ অধিৱেশনত কাৰ্যনিৰ্বাহ সমিতিৰ একাংশ!)

আমাৰ শক্তিয়েই আমাৰ সাহসঃআমাৰ দৃঢ়তাই আমাৰ সামৰ্থ্যঃআমি "লক্ষীমপুৰ জিলা সেৱাবাহিনী"
15/05/2026

আমাৰ শক্তিয়েই আমাৰ সাহসঃ
আমাৰ দৃঢ়তাই আমাৰ সামৰ্থ্যঃ
আমি "লক্ষীমপুৰ জিলা সেৱাবাহিনী"

৯৬ সংখ্যক অধিৱেশনৰ বতৰা...
13/05/2026

৯৬ সংখ্যক অধিৱেশনৰ বতৰা...

'জয় গুৰু শঙ্কৰ'!'শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ'ৰ আগন্তুক ৯৬ সংখ্যক লখিমপুৰ অধিবেশনখনি সুচাৰুৰূপে পৰিচালনা কৰাৰ অৰ্থে আজি আদৰণি ...
10/05/2026

'জয় গুৰু শঙ্কৰ'!
'শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ'ৰ আগন্তুক ৯৬ সংখ্যক লখিমপুৰ অধিবেশনখনি সুচাৰুৰূপে পৰিচালনা কৰাৰ অৰ্থে আজি আদৰণি সমিতিৰ পূৰ্ণাঙ্গ কৰণ আৰু শপত গ্ৰহণ অনুষ্ঠানটি ভক্তিপূৰ্ণ পৰিৱেশেৰে সম্পন্ন হয়। "গুৰুজনাৰ আৰ্শীষ শিৰে লৈ আমি সকলোৱে এই মহৎ যাত্ৰা আৰম্ভ কৰিছোঁহক। সকলোৰে সহায়-সহযোগিতা আৰু আশীৰ্বাদ কামনা কৰিলোঁ।"

Address

Lakhimpur
North Lakhimpur

Website

Alerts

Be the first to know and let us send you an email when ʼʼসেৱা-বাহিনীʼʼ লক্ষীমপুৰ জিলা শাখা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share