শক্ৰাহী ৰঙালী বিহু সন্মিলন

শক্ৰাহী ৰঙালী বিহু সন্মিলন "বহাগৰ পদূলি উদুলি মুদুলি
ঐ নাহৰ ফুল ফুলাৰে বতৰ,
উজনি নামনিত লাগিল খলকণি
ঢোলটো উঠিলে ৰগৰ।"

বৃহত্তৰ শক্ৰাহী গাঁওবাসীয়ে নহয় সমগ্ৰ নাৰায়ণপুৰীয়াই মনত ৰাখিব সেই সাংস্কৃতিক সন্ধিয়াটো, কেৱল এগৰাকী কণ্ঠশিল্পী হিচাপে ...
29/05/2026

বৃহত্তৰ শক্ৰাহী গাঁওবাসীয়ে নহয় সমগ্ৰ নাৰায়ণপুৰীয়াই মনত ৰাখিব সেই সাংস্কৃতিক সন্ধিয়াটো, কেৱল এগৰাকী কণ্ঠশিল্পী হিচাপে নহয়; গাঁৱৰ এগৰাকী জীয়ৰীৰ দৰে এক অনন্য সংগীতানুষ্ঠান পৰিৱেশন কৰিলে। গুৰুজনাৰ বৰগীতৰ পৰা জুবিন দাৰ মায়াবিনী লৈকে, নাহৰৰ পৰা ঝুমুৰলৈকে, এফালৰ পৰা সকলো গীত নিৰৱচ্ছিন্নভাৱে গাই সকলোকে আপ্লুত কৰি সকলোৰে মন জয় কৰিছিল।
আকৌ এবাৰ লগ পোৱাৰ হেঁপাহ থাকিল।
ভালে থাকক আপুনি আৰু আপোনাৰ গীতত সুন্দৰভাৱে বাদ্যযন্ত্ৰ কৰা সকলোটি।
এনেদৰেই সুকণ্ঠৰে গীত গায় যাওঁক।
Bornali Kalita
শক্ৰাহী ৰঙালী বিহু সন্মিলন

22/05/2026

হার্টথ্রব জুবিন দা ৰ প্ৰাৰ্থনাৰে অনুষ্ঠানৰ সমাপ্তি...
শক্ৰাহী ৰঙালী বিহু সন্মিলন
Bornali Kalita

#শক্ৰাহী_ৰঙালী_বিহু_সন্মিলন_২০২৬

21/05/2026
19/05/2026

সকলো আহিব🙏🏼
Bornali Kalita
শক্ৰাহী ৰঙালী বিহু সন্মিলন

কাৰ্যসূচী সমূহ: #শক্ৰাহী_ৰঙালী_বিহু_সন্মিলন_২০২৬
18/05/2026

কাৰ্যসূচী সমূহ:
#শক্ৰাহী_ৰঙালী_বিহু_সন্মিলন_২০২৬

 #শক্ৰাহী_ৰঙালী_বিহু_সন্মিলন_২০২৬🌼Bornali Kalita শক্ৰাহী ৰঙালী বিহু সন্মিলন
18/05/2026

#শক্ৰাহী_ৰঙালী_বিহু_সন্মিলন_২০২৬🌼
Bornali Kalita
শক্ৰাহী ৰঙালী বিহু সন্মিলন

22/04/2025

১৯.০৪.২০২৫

Address

Vill/Sakrahi, Ward No/5 (A)
North Lakhimpur
784164

Website

Alerts

Be the first to know and let us send you an email when শক্ৰাহী ৰঙালী বিহু সন্মিলন posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share