সদৌ অসম আদিবাসী ছাত্ৰ সন্থা সাপেখাটী আঞ্চলিক সমিতি

  • Home
  • India
  • Sapekhati
  • সদৌ অসম আদিবাসী ছাত্ৰ সন্থা সাপেখাটী আঞ্চলিক সমিতি

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা সাপেখাটী আঞ্চলিক সমিতি Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from সদৌ অসম আদিবাসী ছাত্ৰ সন্থা সাপেখাটী আঞ্চলিক সমিতি, Social Media Agency, Sapekhati.

29/07/2025

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আছা চৰাইদেউ জিলা সমিতি লগত চৰাইদেউ জিলা থকা সকলো আঞ্চলিক আৰু প্ৰাথমিক সমিতি সহযোগত কাজিৰঙা লোক সভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা’ই আদিবাসী জনগোষ্ঠীটোক ধৰ্ম নামত ভাগ-ভাগ কৰিব বিচৰাৰ বাবে আজি সাপেখাটী চাৰি আলিত তাচা ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাস কাৰ্যসূচী লোৱা হয়।

চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে বৰহাট বিভিন্ন প্ৰান্তত দৈনিক প্ৰশাসনৰ সন্মখেদি বাগিছাৰ শ্ৰমিক সমূহক যাত্ৰীবাহী  বাহন...
26/03/2025

চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে বৰহাট বিভিন্ন প্ৰান্তত দৈনিক প্ৰশাসনৰ সন্মখেদি বাগিছাৰ শ্ৰমিক সমূহক যাত্ৰীবাহী বাহনৰ পৰিবৰ্তে মালবাহী বাহনত কঢ়িওৱা ফলত বিগত সময়তো বহু বাৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। আজি ১৬জন শ্ৰমিক কঢ়িওৱা এখন এচি বাহন AS33C1346 নম্বৰৰ বৰহাট চাহ বাগিছাৰ আছাৰ কাৰ্য্যলয়ৰ সন্মুখত দুৰ্ঘটনা গ্ৰস্ত হয় সংকটজনক অবস্তাত জিলা অসামৰিক চিকিৎসাললৈ প্ৰেৰন কৰা হয়। জিলা যান বাহন বিষয়া ৰ লগতে স্থানীয় অৰক্ষিক এই ভূমিকাক ধিক্কা জনাইছো আছা চৰাইদেউ জিলা সমিতি তৰফৰ পৰা৷ যদি প্ৰশাসনে ব্যৱস্থা গ্ৰহন নকৰে আদিবাসী ছাত্ৰ সন্থা ৰাজপথত নামিবলৈ বাধ্য হব৷

27/01/2025

New South movie Officer

27/01/2025

New movie video movie power power

30/11/2024

Address

Sapekhati
785692

Website

Alerts

Be the first to know and let us send you an email when সদৌ অসম আদিবাসী ছাত্ৰ সন্থা সাপেখাটী আঞ্চলিক সমিতি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share