বীৰ লাচিত সেনা অসম,তিনিচুকীয়া আঞ্চলিক সমিতি

  • Home
  • India
  • Tinsukia
  • বীৰ লাচিত সেনা অসম,তিনিচুকীয়া আঞ্চলিক সমিতি

বীৰ লাচিত সেনা অসম,তিনিচুকীয়া আঞ্চলিক সমিতি অটল-অদম্য-অজেয়

20/07/2026

ৰাইজৰ হকে গণতন্ত্ৰৰ হকে এই সংগ্ৰাম সদাই চলি থাকিব। অটল অদম্য অজেয় ✊✊✊✊ বীৰ লাচিত সেনা অসম জিন্দাৱাদ জয় আই অসম।

Shrinkhal Chaliha
Anup Moran
Abhishek Axom Borah

06/06/2026

বীৰ লাচিত সেনা অসম তিনিচুকীয়া আঞ্চলিক সমিতিখনি আৰু অধিক শক্তিশালি কৰাৰ স্বাৰ্থত খুব কম দিনৰ ভিতৰতে তিনিচুকীয়া আঞ্চলিক সমিতিৰ সদস্য যোগদান কাৰ্য্যসূচী অনুস্থিত কৰা হব। জাতি মাতি আৰু খিলঞ্জীয়াৰ স্বাৰ্থত সেৱা আগবঢ়াবলৈ ইচ্ছা থকা প্ৰতিজন সৈনিকক বীৰ লাচিত সেনা অসমৰ এই পৱিত্ৰ মজিয়ালৈ স্বাগতম জনালো । ধন্যৱাদ জয় আই অসম। যোগাযোগ(whatsapp)- 6001893361 ✊✊🙏🙏

Anup Moran
Shrinkhal Chaliha
Rahul Dutta
Deep Konwar
Mithu Borah

28/04/2026

উচ্চতৰ মাধ্যমিক পৰিক্ষাত উত্তীৰ্ণ সমূহ ছাত্ৰ-ছাত্ৰীলৈ বীৰ লাচিত সেনা অসমৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে উজ্বল ভৱিষ্যত কামনা কৰিলো।

10/04/2026

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ সমূহ পৰীক্ষাৰ্থীক বীৰ লাচিত সেনা অসমৰ তৰফৰ পৰা আন্তৰিক শুভেশ্যা জ্ঞাপন কৰিলো।

01/04/2026

বীৰ লাচিত সেনা অসম তিনিচুকীয়া আঞ্চলিক সমিতি তথা জিলা সমিতিৰ উদ্যোগত আয়োজিত বিহু আখৰাৰ সামৰণি অনুস্থানৰ কিছু মূহুৰ্ত

Shrinkhal Chaliha
Anup Moran
Pranjit Gogoi
ৰূপ নয়ন
Rahul Dutta

10/03/2026
কাৰ্যসূচী আগবঢ়াই দিয়া হৈছে। ৰাইজৰ স্বাৰ্থত জয় আই অসম
10/03/2026

কাৰ্যসূচী আগবঢ়াই দিয়া হৈছে। ৰাইজৰ স্বাৰ্থত জয় আই অসম

বিহু আমাৰ জাতীয় মান,বিহু আমাৰ জাতীয় স্বাভিমান, বিহু আমাৰ জাতীয় উৎসৱ। এই মান এই স্বভিমান এই উৎসৱ আমি সদায় সগৌৰৱে আগবঢ়াই ল...
07/03/2026

বিহু আমাৰ জাতীয় মান,বিহু আমাৰ জাতীয় স্বাভিমান, বিহু আমাৰ জাতীয় উৎসৱ। এই মান এই স্বভিমান এই উৎসৱ আমি সদায় সগৌৰৱে আগবঢ়াই লৈ যাবই লাগিব। বীৰ লাচিত সেনা অসম তিনিচুকীয়া আঞ্চলিক সমিতি লগতে তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত অহা ইং ২০ মাৰ্চ ২০২৬ পৰা ২৯ মাৰ্চ ২০২৬ লৈ ১০ দিনীয়া কাৰ্য্যসূচীৰে বিনামূলীয়াকৈ(টকা পইছাই যাতে শিক্ষাৰ হেঙাৰ হব নোৱাৰে) উঠি অহা নৱপ্ৰজন্মৰ মাজত সংস্কৃতিৰ বীজ ৰূপায়ন কৰাৰ স্বাৰ্থত এখনি বিহু আখৰা আয়োজন কৰাৰ মনস্থ কৰা হৈছে। গতিকে জাতি ভাষা নিৰ্বিশেষে সকলো শিক্ষাৰ্থীৰ যোগদানৰ লগতে সমূহ ৰাইজৰ সহায় সহযোগীতা একান্তই কামনা কৰিলো। ধন্যৱাদ , জয় আই অসম , বীৰ লাচিত সেনা অসম জিন্দাৱাদ ।
Shrinkhal Chaliha
Pranjit Gogoi
Anup Moran
Mithu Borah
Deep Konwar
ৰূপ নয়ন

বীৰ লাচিত সেনা অসম জিন্দাৱাদ 🙏🙏🙏🙏Shrinkhal Chaliha Anup Moran Mithu Borah Deep Konwar ৰূপ নয়ন Pranjit Gogoi
03/03/2026

বীৰ লাচিত সেনা অসম জিন্দাৱাদ 🙏🙏🙏🙏

Shrinkhal Chaliha
Anup Moran
Mithu Borah
Deep Konwar
ৰূপ নয়ন
Pranjit Gogoi

Address

Tinsukia
786125

Website

Alerts

Be the first to know and let us send you an email when বীৰ লাচিত সেনা অসম,তিনিচুকীয়া আঞ্চলিক সমিতি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share