05/12/2022
কলাইগাঁৱৰ দীপাঙ্কৰ ওজাই নতুন দিল্লীৰ সংসদ ভৱনত ড° ৰাজেন্দ্ৰ প্ৰসাদৰ ১৩৮তম জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা যুৱ সংসদত অসমৰ একমাত্ৰ প্ৰতিনিধি হিচাপে প্ৰতিনিধিত্ব কৰি বক্তৃতা প্ৰদান কৰে। ভাৰতৰ ২৫ খন ৰাজ্যৰ ভিতৰত মাত্ৰ ৮ গৰাকী যুৱ বক্তাক কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা বক্তৃতা প্ৰদানৰ বাবে নিৰ্বাচন কৰা হৈছে তাৰে অন্যতম অসমৰ একমাত্ৰ প্ৰতিনিধি দীপাঙ্কৰ ওজা।
Dipankar Ojha