23/04/2026
বিগত বৰ্ষৰ দৰে এই বছৰো সৰ্ব্বোদয় ৰূপজ্যোতি যুৱ সংঘ আৰু সমূহ গাঁও বাসীৰ সহযোগত তৃতীয় বাৰ্ষিক ৰঙালী বিহু উদযাপন কৰিব লৈছোঁ,
গতিকে সমূহ দাঁতি কাষৰীয়া ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতিৰ একান্তই কামনা কৰিলোঁ।
ধন্যবাদেৰে, সৰ্ব্বোদয় ৰূপজ্যোতি যুৱ সংঘ।